জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা : শ্যামকানু- সিদ্ধাৰ্থৰ পাছত এইবাৰ শেখৰ- অমৃতপ্ৰভাক গ্ৰেপ্তাৰ

বিগত ৬টা দিন ধৰি দুয়োকে ঘটনা সম্পৰ্কত সোধা-পোচা কৰিছিল এছ আই টিয়ে। বৃহস্পতিবাৰে সন্ধিয়া দুয়োকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
465q
  • জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খোৱা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ।
  • শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত ছিংগাপুৰত আছিল শেখৰ আৰু অমৃতপ্ৰভা।
  • বিগত ৬টা দিন ধৰি দুয়োকে ঘটনা সম্পৰ্কত সোধা-পোচা কৰিছিল এছ আই টিয়ে।
  • বৃহস্পতিবাৰে সন্ধিয়া দুয়োকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
  • উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ বিয়োগৰ ঘটনাৰ অভিযোগত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ পাছতে আজি শেখৰ-অমৃতপ্ৰভাক গ্ৰেপ্তাৰ কৰে।
জুবিন গাৰ্গ