New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/b457b424-f34b-4346-8feb-7b35d5d1ecc6/15.jpg)
বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ
‘ঢাকা পেলেচ’ ত্যাগ কৰি সেনাৰ হেলিকপ্তাৰেৰে পলায়ন প্ৰধানমন্ত্ৰী হাছিনাৰ
পদত্যাগৰ বাবে ৪৫ মিনিট সময় সীমা বান্ধি দিছিল সেনা প্রধানে
৩ বজাত সংবাদমেল সম্বোধন কৰিব সেনা প্রধানে
সংবাদমেলৰ পূৰ্বেই চৰকাৰী আৱাস খালী কৰিবলৈ শ্বেখ হাছিনাক নিৰ্দেশ
এই নিৰ্দেশ সেনা প্রধান ৱাকাৰ উজ জামানৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us