New Update
/asomiyapratidin/media/media_files/2025/11/17/251-2025-11-17-14-58-13.jpg)
- বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাক মৃত্যুদণ্ড।
- ইণ্টাৰনেচনেল ক্রাইম ট্রিবিউনেলত দোষী সাব্যস্ত।
- দোষী সাব্যস্তৰ পিছতেই শ্বেইখ হাছিনাক মৃত্যুদণ্ডৰ ৰায়।
- ফাঁচী দিয়াৰ নিৰ্দেশ শ্বেইখ হাছিনাক।
- শ্বেইখ হাছিনাই ৫টা অপৰাধ সংঘটিত কৰাৰ অভিযোগ।
- ছাত্র আন্দোলনৰ সময়ৰ ঘটনাক লৈ দোষী সাব্যস্ত।
- বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্রীকো মৃত্যুদণ্ডৰ ৰায়।
- প্ৰাক্তন গৃহমন্ত্ৰী আছাদ উদজামান খান কামালকো মৃত্যুদণ্ড।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us