গহপুৰৰ বিশিষ্ট সমাজকৰ্মী শংকৰলাল আগৰৱালা, সাংবাদিক পলাশ ফুকনক বৰলুইত ফাউণ্ডেশ্যনৰ বঁটা

ভাৰত চৰকাৰৰ অধীনত পঞ্জীয়নভুক্ত সংস্থা বৰলুইত ফাউণ্ডেশ্যনে বীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত শংকৰলাল আগৰৱালা আৰু পলাশ ফুকনক এই বঁটা প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
গহপুৰৰ বিশিষ্ট সমাজকৰ্মী শংকৰলাল আগৰৱালা, সাংবাদিক পলাশ ফুকনক বৰলুইত ফাউণ্ডেশ্যনৰ বঁটা

গহপুৰৰ বিশিষ্ট সমাজকৰ্মী শংকৰলাল আগৰৱালা, সাংবাদিক পলাশ ফুকনক বৰলুইত ফাউণ্ডেশ্যনৰ বঁটা

ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰৰ বৰঙাবাৰীৰ বিশিষ্ট সমাজকৰ্মী, প্ৰতিষ্ঠিত ব্যৱসায়ী শংকৰলাল আগৰৱালা আৰু গহপুৰৰ সাংবদিক পলাশ ফুকনক বুধবাৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় বৰলুইত ফাউণ্ডেশ্যনৰ অসম জ্যোতি সন্মান বঁটা-২০২৫। ভাৰত চৰকাৰৰ অধীনত পঞ্জীয়নভুক্ত সংস্থা বৰলুইত ফাউণ্ডেশ্যনে বীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত শংকৰলাল আগৰৱালা আৰু পলাশ ফুকনক এই বঁটা প্ৰদান কৰে।

Advertisment

এই বঁটাত আছে এখন চেলেং, এখন ফুলাম গামোচা,এটা স্মাৰক আৰু এখন মান পত্ৰ।অসমৰ সমাজ জীৱনলৈ নিষ্ঠা,সততা আৰু ত্যাগেৰে আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয় দুয়োকে।

award