New Update
/asomiyapratidin/media/media_files/2025/06/17/PQuHxEhSP8WkTFIx3RER.jpg)
দেশ বিৰোধী মন্তব্য কৰি হাজো আৰক্ষীৰ জালত পৰিল ছফিকুল আলী
- দেশ বিৰোধী মন্তব্য কৰি হাজো আৰক্ষীৰ জালত এজন
- ধৃত যুৱকজন মুকালমুৱাৰ মুইপেনিৰ ছফিকুল আলী
- সামাজিক মাধ্যমত পাকিস্তান জিন্দাবান, গো-মাংস জিন্দাবাদ বুলি পোষ্ট দিছিল ছফিকুলে
- ফেচবুক একাউণ্টত মুখ্যমন্ত্রীৰ ফটো দি কৰিছিল এই বিতৰ্কিত পোষ্ট
- দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল ধৃত ছফিকুল আলী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us