New Update
/asomiyapratidin/media/media_files/2025/02/17/TW7hcbIixDsR3t2xsb5N.jpg)
লংকাত পুনৰ জব্দ হৈছে চেগুন গছৰ কুণ্ডা
- লংকাত পুনৰ জব্দ হৈছে মূল্যৱান চেগুন গছৰ কুণ্ডা ।
- লংকাৰ দক্ষিণ উদালীত জব্দ হৈছে ৪০ টাকৈ চেগুণ গছৰ কুণ্ডা ।
- আব্দুল জলিল নামৰ এজন লোকৰ চৌহদৰ পৰা জব্দ কৰা হৈছে চেগুণখিনি ।
- লংকা আঞ্চলিক বন কাৰ্যলয়ে লাভ কৰা তথ্যৰ ভিত্তিত চলাইছিল অভিযান।
- হোজাই প্ৰটেকচন ৰেঞ্জে চলাইছিল অভিযান ।
- বন বিভাগৰ নিয়ম উলংঘা কৰি চেগুন গছ কটাৰ অপৰাধত
জব্দ কুণ্ডাসমূহ ।