New Update
/asomiyapratidin/media/media_files/2025/12/20/wdjshdksjdhskd-2025-12-20-10-34-37.jpg)
- কামপুৰৰ দুৰ্ঘটনাৰ পাছতে বাতিল কেইবাখনো ৰে'লৰ চলাচল
- ৰঙিয়া-নিউ তিনিচুকীয়া ৰে'ল বাতিল
- বাতিল গুৱাহাটী-যোৰহাট জনশতাব্দী এক্সপ্ৰেছ
- বাতিল হৈছে গুৱাহাটী-বদৰপুৰ উজনিমুৱা ৰে'ল
- নিউ তিনিচুকীয়া-ৰঙিয়া নামনিমুৱা ৰে'ল বাতিল
- মৰিয়নি গুৱাহাটী ৰে'লৰ চলাচলো বাতিল
- বাতিল লামডিং-গুৱাহাটী নামনিমুৱা ৰে'ল
- বাতিল যোৰহাট টাউন-গুৱাহাটী নামনিমুৱা জনশতাব্দী এক্সপ্ৰেছ
- বদৰপুৰ-গুৱাহাটী নামনিমুৱা ৰে'ল বাতিল
- গুৱাহাটী-লামডিং নামনিমুৱা ৰে'ল বাতিল
- আলিপুৰদুৱাৰ-মৰিয়নি উজনিমুৱা ৰে'ল বাতিল
- মৰিয়নি-ডিগাৰুৰ মাজত বাতিল মৰিয়নি- আলিপুৰদুৱাৰ নামনিমুৱা এক্সপ্ৰেছ
- যাত্ৰীক উদ্ধাৰৰ বাবে ৰে’ল বিভাগে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা
- ৰে’ল বিভাগে মুকলি কৰিছে তিনিটাকৈ হেল্পলাইন নম্বৰ
- নম্বৰকেইটা ০৩৬১-২৭৩১৬২১, ২৭৩১৬২২, ২৭৩১৬২৩
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us