New Update
/asomiyapratidin/media/media_files/2025/10/09/new-ap-web-6-2-2025-10-09-14-07-12.jpg)
- বিজেপি ত্যাগ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ
- বাজপেয়ী ভৱনলৈ আহি দলত্যাগ ৰাজেন গোহাঁইৰ
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/09/whatsapp-image-20-2025-10-09-14-07-58.jpeg)
- বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আছিল ৰাজেন গোহাঁই
- ৰাজেন গোহাঁইয়ে চাৰিবাৰ নগাঁৱৰ পৰা সাংসদত কৰিছিল প্ৰতিনিধিত্ব
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/09/whatsapp-image-2-2025-10-09-14-08-29.jpeg)
- মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত গোহাঁই আছিল ৰে’ল ৰাজ্যিক মন্ত্ৰী
- গোহাঁই অচিৰেই অন্য ৰাজনৈতিক দলত যোগ দিয়াৰ সম্ভাৱনা