New Update
/asomiyapratidin/media/media_files/2025/08/01/ap-for-web-gjjk-2025-08-01-08-03-25.jpg)
- বোকাজানৰ জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু নাই।
- দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰে মিশ্ৰই।
- দীৰ্ঘদিন ধৰি ৰক্তচাপৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল জ্যেষ্ঠ সাংবাদিকগৰাকী।
- মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪০ বছৰ।
- উল্লেখ্য যে, বোকাজান মহকুমা সাংবাদিক সন্থাৰো প্ৰতিষ্ঠাপক সভাপতি আছিল প্ৰশান্ত কুমাৰ মিশ্ৰ।
- তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বোকাজান প্ৰেছ ক্লাবে।