New Update
/asomiyapratidin/media/media_files/2026/01/03/581-2026-01-03-12-08-09.jpg)
- দুৰ্ঘটনাতপতিত বলিউদৰ জ্যেষ্ঠ অভিনেতা আশীষ বিদ্যাৰ্থী।
- গুৱাহাটীত সংঘটিত হৈছে এই ঘটনা।
- জানিব পৰা মতে গীতানগৰত সংঘটিত এক দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় বিদ্যাৰ্থী।
- ইতিমধ্যে তেওঁক এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
- শৰীৰত সামান্য আঘাত পোৱা বুলি জানিব পৰা গৈছে।
- তেওঁৰ স্বাস্থ্যৰ শেহতীয়া তথ্য বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us