New Update
/asomiyapratidin/media/media_files/2024/12/14/LOJk6YIGkYIrj4P2RSgp.jpg)
- বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানিৰ স্বাস্থ্য সংকটজনক।
- ৯৬ বছৰীয়া জ্যেষ্ঠ নেতাজনক ভৰ্তি কৰা হৈছে নতুন দিল্লীৰ এপল’ হাস্পতালত।
- ২৪ ঘণ্টাই আদৱনিৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিছে বিশেষজ্ঞ চিকিৎসকৰ দলে।
- আদৱানিৰ স্বাস্থ্যৰ খবৰ ল’বলৈ এপল’ত ভিৰ কৰিছে বিজেপিৰ বহুকেইগৰাকী নেতাই।
- আদৱানিৰ স্বাস্থ্যৰ সন্দৰ্ভত এপল’ হাস্পতাল কৰ্তৃপক্ষই এতিয়ালৈকে কোনো চিকিৎসাজনিত বুলেটিন প্ৰকাশ নাই।
- আদৱনিৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ গুণমুগ্ধসকলে।
- বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত প্ৰাক্তন উপ প্ৰধানমন্ত্ৰীগৰাকী।