New Update
/asomiyapratidin/media/media_files/2025/10/17/fgfesfsdfs-2025-10-17-08-23-18.jpg)
- খন্তেক সময়ৰ পাছতে আদালতত হাজিৰ হ'ব শেখৰজ্য়োতি, অমৃতপ্ৰভা
- পুৱা ৯ বজাত চিজেএম আদালতত হাজিৰ কৰোৱা হ'ব দুয়োকে
- আদালতলৈ নিয়াৰ পূৰ্বে সম্পন্ন দুয়োৰে স্বাস্থ্যপৰীক্ষা
- ১৪ দিনৰ চিআইডিৰ জিম্মাত আছিল শেখৰজ্য়োতি আৰু অমৃতপ্ৰভা
- দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণৰ সম্ভাৱনা
- আদালত চৌহদত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
- বাক্সাকাণ্ডৰ পাছতে অধিক তৎপৰ অসম আৰক্ষী
- ২ অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল শেখৰজ্য়োতি, অমৃতপ্ৰভা