পশ্চিম কাৰ্বি আংলঙত BNSSৰ ১৬৩ ধাৰা জাৰি

পশ্চিম কাৰ্বি আংলঙত BNSSৰ ১৬৩ ধাৰা জাৰি। জিলাখনত শান্তি শৃংখলা বজাই ৰখাৰ বাবে ১৬৩ ধাৰা জাৰি প্রশাসনৰ।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • পশ্চিম কাৰ্বি আংলঙত BNSSৰ ১৬৩ ধাৰা জাৰি।
  • জিলাখনত শান্তি শৃংখলা বজাই ৰখাৰ বাবে ১৬৩ ধাৰা জাৰি প্রশাসনৰ।
  • জিলাখনত প্রতিবাদ, ৫জনতকৈ অধিক লোক সমবেত হোৱাৰ ক্ষেত্রত নিষেধাজ্ঞা ।
  • ৰাজহুৱা ভাষণ, বেনাৰ-পোষ্টাৰ লগোৱাৰ ক্ষেত্রতো নিষেধাজ্ঞা।
  • সামাজিক মাধ্যমতো চোকা নজৰ ৰাখিব প্রশাসনে।
  • শান্তি-শৃংখলা বিঘ্নিত কৰিব পৰা সকলো ধৰণৰ কাৰ্যৰ পৰা বিৰত থকাৰ আহ্বান।
পশ্চিম কাৰ্বি আংলং