বিদ্যালয় সমুখত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ...

ফিল’বাৰী শংকৰদেৱ শিশু নিকেতনৰ চৌহদত পুনৰ উত্তেজনা। ছাত্র উৎপল টায়েৰৰ নশ্বৰদেহ বিদ্যালয়ৰ সন্মুখ উদ্ধাৰ। ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লেগ সৃষ্টি হয় উত্তেজনা

author-image
Asomiya Pratidin
New Update
newsusususjsjsjsjjs
  • ফিল’বাৰী শংকৰদেৱ শিশু নিকেতনৰ চৌহদত পুনৰ উত্তেজনা
  • ছাত্র উৎপল টায়েৰৰ নশ্বৰদেহ বিদ্যালয়ৰ সন্মুখ উদ্ধাৰ
  • ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লেগ সৃষ্টি হয় উত্তেজনা
  • বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিতে ছাত্রজনৰ মৃত্যু হোৱা বুলি অভিযোগ
  • সঞ্জীৱ শৰ্মা নামৰ শিক্ষকজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ স্থানীয় ৰাইজৰ
  • ফিল’বাৰী শংকৰদেৱ শিশু নিকেতনৰ অধ্যক্ষাকো গ্রেপ্তাৰ কৰে আৰক্ষী
  • ঘটনাৰ পাছতেই গ্রেপ্তাৰ হৈছিল অভিযুক্ত শিক্ষক সঞ্জীৱ শৰ্মা
মৃতদেহ