নিশা ১০ বজাৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলঙেৰে যাতায়ত

দলংখন মেৰামতিৰ বাবে বন্ধ কৰা হৈছে। মেৰামতিৰ সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰে যাতায়ত কৰিব পাৰিব। দলংখনৰ কিছু অংশত গাঁত সৃষ্টি হোৱাৰ বাবে মেৰামতি কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-08-09 at 9.09.24 PM
  • আজি নিশাৰে পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলঙেৰে যাতায়ত 
  • নিশা ১০ বজাৰ পৰা দেওবাৰৰ পুৱা ৫ বজালৈ বন্ধ থাকিব দলংখন
  • নিশাৰ ভাগত চলিব দলংখনৰ মেৰামতিৰ কাম
  • দলংখনৰ বিভিন্ন স্থানত সৃষ্টি হৈছে অসংখ্যক গাঁত
  • যাৰ ফলত নিতৌ দলংখনত সৃষ্টি হয় ভীষণ যান-জঁট
  • দলংখনৰ দায়িত্বত থকা উত্তৰ-পূব সীমান্ত ৰে’লৱে সদৰী কৰে এই কথা
শৰাইঘাট