/asomiyapratidin/media/media_files/2024/12/13/gL9Wbq9LZNAWk1kpdwKT.jpg)
ডিজিটেলডেস্কঃকেন্দ্ৰীয়বন্দৰ, জাহাজপৰিবহণআৰুজলপথমন্ত্ৰীসৰ্বানন্দসোণোৱালেনতুনদিল্লীতচলিথকাশীতকালীনসংসদঅধিৱেশনত২০১৪চনৰপৰাদেশৰআভ্যন্তৰীণজলপথখণ্ডৰপুনৰুজ্জীৱিতকৰণৰক্ষেত্ৰতহোৱাঅগ্ৰগতিৰসন্দৰ্ভতআলোকপাতকৰে।
মোদীচৰকাৰেআভ্যন্তৰীণজলপথসমূহকযাত্ৰীচলাচলৰঅনুকূলবিকল্পহিচাপেপুনৰুজ্জীৱিতকৰাৰলগতেজলপথসমৃদ্ধনেটৱৰ্কব্যৱহাৰকৰিসংযোগউন্নতকৰাৰবাবে৬,০০০কোটিতকৈওঅধিকপুঁজিবিনিয়োগকৰিছেবুলিসোণোৱালেমন্তব্যকৰে।
কেন্দ্ৰীয়বন্দৰ, জাহাজপৰিবহণআৰুজলপথমন্ত্ৰীসৰ্বানন্দসোণোৱালেশুক্ৰবাৰেসংসদতজলপথসম্বন্ধীয়প্ৰশ্নৰউত্তৰতকয়, "প্ৰধানমন্ত্ৰীশ্ৰীনৰেন্দ্ৰমোদীডাঙৰীয়াৰগতিশীলনেতৃত্বতদেশৰজলপথৰসমৃদ্ধনেটৱৰ্কআমিত্বৰান্বিতকৰিছোঁ।২০১৪চনলৈকেআমাৰদেশতমাত্ৰ৫টাহেৰাষ্ট্ৰীয়জলপথআছিল।অৱশ্যে, মোদীচৰকাৰৰনিৰন্তৰপ্ৰচেষ্টাৰফলতৰাষ্ট্ৰীয়জলপথৰসংখ্যাএতিয়া১১১লৈবৃদ্ধিপাইছে।যোৱাদশকতদেশৰআভ্যন্তৰীণজলপথসমূহপুনৰুজ্জীৱিতকৰাৰবাবে৬,০০০কোটিৰোঅধিকপুঁজিবিনিয়োগকৰাহৈছে।"
সৰ্বানন্দসোণোৱালেলগতেকয়, "পুনৰুজ্জীৱিতৰাষ্ট্ৰীয়জলপথসমূহেইয়াৰপ্ৰদৰ্শনযথেষ্টউন্নতকৰিছেকিয়নোইয়াৰদ্বাৰাপৰিবহণকৰাসামগ্ৰীৰমুঠপৰিমাণ২০১৩-১৪বৰ্ষত১৮.০৭নিযুতমেট্ৰিকটনৰপৰা২০২৩-২৪বৰ্ষত১৩২.৮৯নিযুতমেট্ৰিকটনলৈবৃদ্ধিপাইছে, যাৰফলত৬০০%তকৈওঅধিকবৃদ্ধিহৈছে।আমি২০৩০চনৰভিতৰতজলপথৰজৰিয়তে১৯৯.৯৯নিযুতমেট্ৰিকটনকাৰ্গ' চলাচলৰলক্ষ্যনিৰ্ধাৰণকৰিছোঁ।২০৪৭চনৰপ্ৰতিলক্ষ্যৰাখিকাৰ্গ' চলাচলৰক্ষেত্ৰতএককাৰ্যকৰীবিকল্পহিচাপেআভ্যন্তৰীণজলপথৰবিকাশৰওপৰতবিশ্বাসৰাখিআমি৫০০নিযুতমেট্ৰিকটনৰলক্ষ্যনিৰ্ধাৰণকৰিছোঁ।"
"ভাৰততআভ্যন্তৰীণজলপথৰএকবিস্তৃতনেটৱৰ্কআছে।ভাৰতৰৰাষ্ট্ৰীয়জলপথসমূহদেশৰজীৱনৰেখাহ'বলৈসাজুহৈছে, দক্ষপৰিবহণৰসুবিধাপ্ৰদানকৰাৰলগতেইমনোৰঞ্জনমূলককাৰ্যকলাপৰবাবেওজীৱন্তপ্ৰাণকেন্দ্ৰলৈৰূপান্তৰিতহৈছে।", সোণোৱালেসংসদতএইদৰেমন্তব্যকৰে।