New Update
/asomiyapratidin/media/media_files/2026/01/04/image-36-2026-01-04-16-42-13.png)
- চাবুৱাৰ হাতীআলিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
- দুৰ্ঘটনাত পতিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়ৰ তিনিখন বাহন
- হাতীআলিত বাইপাছত সংঘটিত হয় এই দুৰ্ঘটনাটো
- দুৰ্ঘটনাটোত হতাহত হোৱা নাই কোনো লোক
- ডিব্ৰুগড়ৰৰ পৰা বিন্ধাকটালৈ গৈ আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী
- কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আছিল ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীও
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us