Advertisment

জামুগুৰিহাটৰ টুপিয়া পাঁচ গাঁও একাডেমীত সৰস্বতী পূজা উদযাপন...

জামুগুৰিহাটৰ টুপিয়া পাঁচ গাঁও একাডেমিৰ ছাত্ৰ-ছাত্ৰীসকলে পুৱাৰে পৰাই বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ সেৱা লৈ আশীস গ্ৰহণ কৰে । পূজা উপলক্ষে শিক্ষাৰ্থীৰ লগতে অভিভাৱক আৰু স্থানীয় লোকেও শিক্ষানুষ্ঠানখনত ভিৰ কৰা পৰিলক্ষিত হয় ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ আজি সৰস্বতী পূজা । ৰাজ্যৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়সমুহত আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা-অৰ্চনাত ছাত্ৰ-ছাত্ৰী সকল ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ জামুগুৰিহাটতো চলিছে বাগদেৱীৰ পূজা-অৰ্চনা ।

সৰস্বতী পূজা