আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

বেদ-মন্ত্ৰৰ ধ্বনি, শংখধ্বনি, মন্ত্ৰোচ্চাৰণ আদিৰ লগতে হোমাগ্নি, ধূপ-ধূনাৰ সুবাসেৰে সুশোভিত হৈ পৰিব ৰাজ্যৰ আকাশ- বতাহ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-23 at 8.19.15 AM

ডিজিটেল ডেস্কঃ আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা।জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনাৰে মুখৰিত হ'ব চৌপাশ। 

WhatsApp Image 2026-01-23 at 8.22.21 AM

প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পালন কৰে সৰস্বতী পূজা।
কোৱা হয়,এই দিনটো জ্ঞান, সংগীত আৰু শিল্পৰ দেৱী সৰস্বতীক পূজা কৰিলে শিক্ষাৰ্থীসকলৰ মনৰ কামনা পূৰ্ণ হয় বুলি কয়।

বেদ-মন্ত্ৰৰ ধ্বনিৰে মুখৰিত হ'ব শিক্ষানুষ্ঠান, প্ৰতিষ্ঠান সমূহ।ধূপ-ধূনাৰে প্ৰাৰ্থনা কৰিব শিক্ষাৰ্থীসকলে। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিব প্ৰতিখন শিক্ষানুষ্ঠান, প্ৰতিষ্ঠানত।

সৰস্বতী পূজা