অচিৰেই ৰাজনীতিত যোগ দিব শংকৰজ্যোতি বৰুৱাই

ৰাজনীতিত যোগ দিবলৈ প্ৰস্তুত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকী। সামাজিক মাধ্যমত তাৎপৰ্যপূৰ্ণ পোষ্ট কৰিছে শংকৰজ্যোতি বৰুৱাই।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-23 at 11.38.06 AM

ডিজিটেল ডেস্কঃ অচিৰেই ৰাজনীতিত যোগ দিব শংকৰজ্যোতি বৰুৱাই । ৰাজনীতিত যোগ দিবলৈ প্ৰস্তুত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকী। সামাজিক মাধ্যমত তাৎপৰ্যপূৰ্ণ পোষ্ট কৰিছে শংকৰজ্যোতি বৰুৱাই। কোনটো দলত যোগ দিব সেই কথা  এতিয়াও স্পষ্ট  কৰা নাই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে। 

WhatsApp Image 2026-01-23 at 11.37.11 AM

পোষ্টটোত লিখিছে ,শংকৰ জ্যোতি বৰুৱা হিচাপে সামাজিকভাৱে ৰাইজৰ সৈতে সুখে দুখে কাম কৰি আহিছো। এতিয়া ৰাইজৰ সৈতে বহুদিনৰ পৰা আলোচনা কৰি আছো।ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ সময় সমাগত। সমাজ প্রিয় মানুহ মই।

WhatsApp Image 2026-01-23 at 11.23.29 AM

শংকৰজ্যোতি বৰুৱা