New Update
/asomiyapratidin/media/media_files/2025/05/27/5L2ZkQQGZm9U4G7zYdSg.jpg)
মুকলি আকাশৰ তললৈ শংকৰজ্যোতি বৰুৱা
- ডিব্ৰুগড় কাৰাগাৰৰ পৰা ওলাল শংকৰজ্যোতি বৰুৱা
- সোমবাৰে অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল শংকৰজ্যোতিয়ে
- গুৱাহাটী উচ্চ ন্যায়ালয়ে কৰিছিল জামিন মঞ্জুৰ
- ৩০ হাজাৰ টকা বেইল বণ্ডত জামিন লাভ
- দুলীয়াজানৰ মাৰপিটৰ গোচৰত অভিযুক্ত আছিল শংকৰজ্যোতি
- শংকৰজ্যোতিৰ বিৰুদ্ধে আছিল দুটাকৈ গোচৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us