শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি : বটদ্রৱা থানত হৰিনাম কীৰ্তন

আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানটো পুৱাৰে পৰা বিৰাজ কৰিছে আধ্যাত্মিক পৰিবেশ

author-image
Asomiya Pratidin
New Update
174

ডিজিটেল সংবাদ, বটদ্ৰৱা : আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানটো পুৱাৰে পৰা বিৰাজ কৰিছে আধ্যাত্মিক পৰিবেশ।

Advertisment

হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে আকাশ বতাহ। বটদ্ৰৱা থানত গুৰুজনাৰ তিৰোভাৱ তিথি উৎসৱটি "গুৰু কীৰ্তন" নামেৰে দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়।

পুৱাৰে পৰা ভকত বৈষ্ণৱ, আইমাতৃ সকলে সমগ্ৰ সত্ৰ পদক্ষিন কৰি ঊষা কীৰ্তন কৰা পৰিবেশে সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিছে।

শ্ৰীমন্ত শংকৰদেৱ