শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰৱৰ্তী প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া...

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্যনিৰ্বাহক বৈঠক যোৰহাটৰ মহবন্ধা এৰালতলি পথাৰত অনুষ্ঠিত এই বৈঠক ৯৪সংখ্যক অধিৱেশনস্থলীত অনুষ্ঠিত বৈঠকত সংঘৰ পৰৱৰ্তী প্ৰধান সম্পাদক নিৰ্বাচিত

author-image
Asomiya Pratidin
New Update
কুশল ঠাকুৰীয়া

কুশল ঠাকুৰীয়া

  • শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্যনিৰ্বাহক বৈঠক
  • যোৰহাটৰ মহবন্ধা এৰালতলি পথাৰত অনুষ্ঠিত এই বৈঠক
  • ৯৪সংখ্যক অধিৱেশনস্থলীত অনুষ্ঠিত বৈঠকত সংঘৰ পৰৱৰ্তী প্ৰধান সম্পাদক নিৰ্বাচিত
  • দ্বিতীয়টো কাৰ্যকালৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদকৰূপে নিৰ্বাচিত হৈছে কুশল ঠাকুৰীয়া
  • পূৰ্বতে দ্বিতীয়টো কাৰ্যকালৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত হৈছিল ভৱেন্দ্ৰ নাথ ডেকা
শ্ৰীমন্ত শংকৰদেৱ সংঘ