Advertisment

শংকৰদেৱ সংঘৰ পৰৱৰ্তী পদাধিকাৰ ড০ ভবেন্দ্ৰ নাথ ডেকা...

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু এটা কাৰ্যকালৰ বাবে পদাধিকাৰ হিচাপে নিৰ্বাচিত হৈছে বৰ্তমানৰ পদাধিকাৰ ড০ ভবেন্দ্ৰ নাথ ডেকা। দেওবাৰে নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া অন্ত পৰাৰ পাছত সোমবাৰে ইয়াৰ ভোটগণনা সম্পন্ন হয় নগাঁৱত।

author-image
Asomiya Pratidin
New Update
শংকৰদেৱ সংঘ

শংকৰদেৱ সংঘ Photograph: (শংকৰদেৱ সংঘ)

ডিজিটেল ডেস্কঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু এটা কাৰ্যকালৰ বাবে পদাধিকাৰ হিচাপে নিৰ্বাচিত হৈছে বৰ্তমানৰ পদাধিকাৰ ড০ ভবেন্দ্ৰ নাথ ডেকা। দেওবাৰে নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া অন্ত পৰাৰ পাছত সোমবাৰে ইয়াৰ ভোটগণনা সম্পন্ন হয় নগাঁৱত।

Advertisment

প্ৰায় সহস্ৰাধিক ভোটৰ ব্যৱধানত পৰৱৰ্তী কাৰ্যকালৰ বাবে ভবেন্দ্ৰ নাথ শইকীয়াই পদাধিকাৰ পদত নিৰ্বাচিত হোৱাৰ বিপৰীতে দ্বিতীয় স্থানত থাকে ধৰ্মেশ্বৰ হাজৰিকা। উল্লেখযোগ্য যে, পদাধিকাৰ পদৰ বাবে তিনিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। তৃতীয় গৰাকী প্ৰাৰ্থী আছিল বীৰেন বৰা।

শ্ৰীমন্ত শংকৰদেৱ সংঘ