New Update
/asomiyapratidin/media/media_files/2026/02/08/sankardev-sanghaha-2026-02-08-23-08-51.jpg)
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশনৰ দেওবাৰে সামৰণি পৰিল৷
- তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিবেশন।
- অধিবেশখনৰ অন্তত অশ্ৰুসিক্ত নয়নেৰে বিদায় লয় ভকত বৈষ্ণৱ-আাইমাতৃসকলে।
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰবৰ্তী অধিবেশন অনুষ্ঠিত হ'ব লখিমপুৰত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us