New Update
/asomiyapratidin/media/media_files/2025/06/17/65Dr4lEyNecwCQ1SLcya.jpg)
- নাওবৈচাৰ প্ৰাক্তন বিধায়ক সঞ্জয় ৰাজ চুব্বাৰ দেহাৱসান
- উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছিল প্ৰাক্তন বিধায়ক গৰাকী
- বাথৰুমত হঠাৎ ঢলি পৰাত সঞ্জয় ৰাজ চুব্বাক ভৰ্তি কৰে লালুক আদৰ্শ চিকিৎসালয়ত
- কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।
- মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৫ বছৰ
- সঞ্জয় ৰাজ চুব্বা প্ৰাক্তন সাংসদ মণি কুমাৰ চুব্বাৰ ভাতৃ ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us