ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ গৱৰ্ণৰ হিচাপে সঞ্জয় মালহোত্রাক নিযুক্তি

কেন্দ্ৰীয় চৰকাৰে সোমবাৰে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ নতুন গৱৰ্ণৰ নিযুক্তি দিছে। বিত্ত মন্ত্ৰালয়ৰ সচিব (ৰাজহ) সঞ্জয় মালহোত্রাক ভাৰতীয় ৰিজার্ভ বেংকৰ পৰৱৰ্তী গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়াৰ কথা এক বিবৃতিযোগে ৰাজহুৱা কৰে। 

author-image
Asomiya Pratidin
New Update
zvgz

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে সোমবাৰে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ নতুন গৱৰ্ণৰ নিযুক্তি দিছে। বিত্ত মন্ত্ৰালয়ৰ সচিব (ৰাজহ) সঞ্জয় মালহোত্রাক ভাৰতীয় ৰিজার্ভ বেংকৰ পৰৱৰ্তী গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়াৰ কথা এক বিবৃতিযোগে ৰাজহুৱা কৰে। 

উল্লেখযোগ্য যে পূৰ্বৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ ঠাইত নতুনকৈ নিযুক্তি দিয়া হৈছে মালহোত্রাক। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০১৮ৰ ডিচেম্বৰত শক্তিকান্ত দাসক আৰ বি আইৰ গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিল।

reserve bank of india