New Update
/asomiyapratidin/media/media_files/2026/01/25/yhuhd-2026-01-25-08-59-29.jpg)
- চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে চামগুৰি আৰক্ষীৰ বৃহৎ অভিযান।
- চামগুৰি আৰক্ষীৰ এটা দলে নিশা গোপন সূত্ৰৰ পম খেদি নাকা চেকিঙৰ জৰিয়তে চলোৱা অভিযানত জব্দ ৫০ টাকৈ চোৰাং গৰু ভৰ্তি এখন ট্ৰাক ।
- আটক কৰে দুই সৰবৰাহকাৰীক।
- জব্দকৃত বাহন খনৰ নম্বৰ RJ06GB7372
- উজনিৰ পৰা চোৰাং গৰু ভৰ্ত্তি ট্ৰাকখন নগাওঁ অভিমুখে আহি থকা অৱস্থাত চামগুৰিৰ সোনাৰীবালীত আৰক্ষীৰ জালত পৰিল।
- ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে চামগুৰিৰ ভগামুৰৰ আশিকুল ইছলাম আৰু বাজিয়াগাওঁৰ ৰাকিবুল ইছলাম।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us