চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন...

চামগুৰিৰ তেলীয়া গাৱঁৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ দুৰ্ঘটনা। দুৰ্ঘটনাটোত মৃত্যু হয় দুজন ব্যক্তিৰ আৰু আহত এজন ব্যক্তি। নগাঁৱৰ দিশৰ পৰা দ্ৰুত গতিত আহি থকা চাৰিচকীয়া বাহন এখনে নিয়ন্ত্ৰন হেৰুৱাই ডিভাইডাৰ ভাঙি

author-image
Asomiya Pratidin
New Update
addd
  • চামগুৰিৰ তেলীয়া গাৱঁৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ দুৰ্ঘটনা।
  • দুৰ্ঘটনাটোত মৃত্যু হয় দুজন ব্যক্তিৰ আৰু আহত এজন ব্যক্তি।
  • নগাঁৱৰ দিশৰ পৰা দ্ৰুত গতিত আহি থকা চাৰিচকীয়া বাহন এখনে নিয়ন্ত্ৰন হেৰুৱাই ডিভাইডাৰ ভাঙি কলিয়াবৰ দিশৰ পৰা আহি থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
  • ঘটনস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আহত ব্যক্তি জনক চিকিৎসালয়ত প্ৰেৰণ কৰে।
  • নিহত এজন ব্যক্তি দ্বীপেন ৰাজখোৱা বুলি জানিব পৰা গৈছে আৰু আন জন ব্যক্তিৰ নাম এতিয়াও উদ্ধাৰ কৰিব পৰা নাই ।
চামগুৰি