New Update
/asomiyapratidin/media/media_files/2025/05/03/u5ibFeIQrqoDvtQVtgL8.jpg)
- চামগুৰিৰ শিঙিমাৰীত নিৰ্বাচনী হিংসা
- নিৰ্দলীয় প্রাৰ্থী আঞ্জুমা বেগমৰ বাহন ভাঙিলে দুৰ্বৃত্তই
- শিঙিমাৰী জিলা পৰিষদৰ নিৰ্দলীয় প্রাৰ্থী আঞ্জুমা বেগম
- নিৰ্দলীয় প্রাৰ্থীগৰাকীয়ে ধুবুৰীৰ শুকুৰ আলীক লৈ চলাইছিল নিৰ্বাচনী প্রচাৰ
- প্রথমে এজন সুৰামত্ত যুৱকৰ সৈতে হৈছিল সংঘাতৰ সূত্রপাত
- পাছত আন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰে আঞ্জুমাৰ বাহন
- ন্যায় বিচাৰি নগাঁও নলতলী ৰাজ্যিক পথত প্রতিবাদত বহিছিল প্রাৰ্থীগৰাকী
- ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ ৰূপহীহাট আৰক্ষীৰ