New Update
/asomiyapratidin/media/media_files/2026/01/13/627-2026-01-13-09-46-40.jpg)
- সংগীত শিল্পী সমৰ হাজৰিকা আৰু নাই।
- উৰুকাৰ দিনাই আহিল দুঃখবৰ।
- সংগীতৰ পথাৰ উকা কৰি শিল্পী সমৰ হাজৰিকাৰ বিদায়।
- সংগীতসূৰ্য ভূপেন হাজৰিকাৰ ভাতৃ তথা কণ্ঠশিল্পী সমৰ হাজৰিকাৰ আৰু নাই।
- দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল শিল্পী হাজৰিকা।
- নিজৰাপাৰাস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ হাজৰিকাৰ।
- ১৯৬০ চনত আৰম্ভ কৰিছিল সংগীতৰ যাত্ৰা।
- কেইবাখনো অসমীয়া ছবিত নিগৰাইছিল কণ্ঠ।
- মুক্তি পাইছিল ভালেকেইখন এলবাম।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us