চামগুৰিত বিধ্বংসী অগ্নিকাণ্ড, কোটি টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত

চামগুৰিৰ ভেলেউগুৰিত বিধ্বংসী অগ্নিকাণ্ড। ভেলেউগুৰিস্থিত এটা আলকাতৰা গলোৱা ফেক্টৰীত বিধ্বংসী এই অগ্নিকাণ্ড। FUTURE UNIVERSAL PETROCHEM নামৰ ফেক্টৰীটোত লাগিল জুই।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • চামগুৰিৰ ভেলেউগুৰিত বিধ্বংসী অগ্নিকাণ্ড
  • ভেলেউগুৰিস্থিত এটা আলকাতৰা গলোৱা ফেক্টৰীত বিধ্বংসী এই অগ্নিকাণ্ড
  • FUTURE UNIVERSAL PETROCHEM নামৰ ফেক্টৰীটোত লাগিল জুই
  • অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত ফেক্টৰীটোৰ কাৰখানা 
  • আলকাতৰা গলাই থকাৰ অৱস্থাত কাৰখানাৰ চিমনি ফাঁটি দপদপকৈ জ্বলি উঠে ফেক্টৰীটো
  • ঘটনাস্থলীত সোনাৰীবালী, আমবাগানৰ অগ্নিনিৰ্বাপক বাহনীৰ দল উপস্থিত
  • অগ্নিনিৰ্বাপক বাহনীৰ দলে নিৰ্বাপন কৰে জুই
  • অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হয় প্ৰায় কোটি টকাৰ সম্পত্তি
চামগুৰি