/asomiyapratidin/media/media_files/2026/03/04/2-2026-03-04-14-54-39.jpg)
ডিজিটেল ডেস্কঃ ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষ্য ৰাজ্যৰ প্ৰতিটো প্ৰান্ত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। ইপিনে এই আনন্দৰ মাজতে চামগুৰিত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। চামগুৰি সোণাৰীবালিৰ দৈনিক বজাৰ আৰু সোণাৰী বালি কলংপাৰ সংযোগী পথত তীব্ৰ বেগী এখন বাহনে মহতিয়াই নিলে এগৰাকী মহিলাক ।
পথৰ দাঁতিত বহি থকা অৱস্থাত মহতিয়াই নিয়ে কুলবানো নামৰ মহিলা গৰাকীক।নিৰ্মীয়মান অৱস্থাত থকা পথটোৰ নিৰ্মানকাৰী ঠিকাদাৰৰ গাফিলতিৰ ফলতেই দুৰ্ঘটনাটো হোৱা বুলি মত প্ৰকাশ কৰে স্থানীয় ৰাইজে।
/asomiyapratidin/media/post_attachments/6b23e714-289.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us