চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় এজন বাইক আৰোহী। 

author-image
Asomiya Pratidin
New Update
image (36)

ডিজিটেল ডেস্কঃ চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এটা গৰুক খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় এজন বাইক আৰোহী। 

WhatsApp Image 2026-02-13 at 3.19.02 PM

সংকটজনক অৱস্থাত  বাইক আৰোহীজনক স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত চিকিৎসায়লৈ প্ৰেৰণ কৰা হয়। ইপিনে বৰ্তমানো জানিব পৰা নাই বাইক আৰোহী জনৰ পৰিচয়। দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ AS 02 X 7354 বুলি জানিব পৰা গৈছে। 

চামগুৰি