New Update
/asomiyapratidin/media/media_files/2026/01/28/1-2026-01-28-15-44-43.jpg)
- চামগুৰিৰ উদমাৰীস্থিত আৰ এছ গান্ধীৰ শিলৰ মহলত অঘটন
- প্ৰায় ৫০ ফুট ওপৰৰ পৰা পৰিল শিল ভৰ্তি ডাম্পাৰ
- টুকুৰা টুকুৰ হৈ পৰিল AS02BC9709 নম্বৰৰ বাহনখন
- ঘটনাত গুৰুতৰভাৱে আহত তিনিগৰাকীকৈ শ্ৰমিক
- সংকটজনক অৱস্থাত শ্ৰমিককেইজনক চিকিৎসালয়লৈ প্ৰেৰণ
- বৰ্তমানেও শ্ৰমিক কেইজনৰ নাম জানিব পৰা হোৱা নাই
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/28/2-2026-01-28-15-43-20.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us