গোৱাত পথ দুৰ্ঘটনাত মৃত্যু অসমৰ যুৱকৰ

দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য চিচি টিভি কেমেৰাত বন্দি হোৱাৰ লগতে ৬মাহ পূৰ্বে কৰ্মৰ সন্ধানত গোৱালৈ গৈছিল যুৱকজন।

author-image
Asomiya Pratidin
New Update
image (36)
  • গোৱাত পথ দুৰ্ঘটনাত মৃত্যু অসমৰ যুৱকৰ
  • পথত ৰৈ থকা অৱস্থাত এখন বাহনে মহটিয়ালে যুৱকজনক
  • নিহত যুৱকজন নগাঁৱৰ হালোৱা গাঁৱৰ বুলি জানিব পৰা গৈছে
  • মৃত যুৱকজনৰ নাম মুকুটজ্যোতি বৰা
  • কৰ্মৰ সন্ধানত ৬মাহ পূৰ্বে গোৱালৈ গৈছিল যুৱকজন
  • সমগ্ৰ ঘটনাৰ  দৃশ্য বন্দী  চিচি টিভি কেমেৰাত

WhatsApp Image 2025-12-05 at 11.47.05 AM

দুৰ্ঘটনা পথ দুৰ্ঘটনা চামগুৰি