/asomiyapratidin/media/media_files/2025/03/28/QS1N4nNRJyKVKKkuDb6i.jpg)
ডিজিটেল ডেস্ক : এক, দুই কোটি নহয় ৬১ টকীয়া ঘড়ী পিন্ধে বলিউডৰ ভাইজান ছলমান খানে। লৰেন্স বিষ্ণই গোটৰ পৰা হত্যাৰ ভাবুকি লাভ কৰা অভিনেতা ছলমান খানে তেওঁৰ পৰৱৰ্তী চিনেমা ছিকন্দৰৰ মুক্তিৰ পূৰ্বে ৰাম জনমভূমি ঘড়ী পৰিধান কৰি বিশেষ চৰ্চা লাভ কৰিছে।
অভিনেতাজনে পৰিধান কৰা জেকব এণ্ড কোম্পানীয়ে নিৰ্মাণ কৰা এই বিশেষ ঘড়ীটোৰ দাম ৬১ লাখ টকা। অতি কম সংখ্যক এই ঘড়ী প্ৰস্তুত কৰিছে কোম্পানীটোৱে।
উল্লেখযোগ্য যে, এই বিলাসী ঘড়ীটোত অযোধ্যাৰ ৰাম মন্দিৰ, শ্ৰীৰাম চন্দ্ৰ, হনুমানসহ হিন্দু ধৰ্মৰ বিভিন্ন চিহ্ণ দেখা গৈছে।