New Update
/asomiyapratidin/media/media_files/2025/12/18/new-ap-web-6-7-2025-12-18-15-28-55.jpg)
- বিলম্ব হ'ব সাহিত্য অকাডেমী পুৰস্কাৰ -২০২৫ ঘোষণা।
- ৩ বজাত আয়োজন কৰা সংবাদমেল বাতিল।
- এতিয়াও পুৰস্কাৰ ঘোষণাৰ বাবে সহমতত উপনীত হ'ব পৰা নাই জুৰী ৷
- সেয়েহে এই বিলম্ব হৈছে বুলি এক সূত্ৰই সদৰী কৰিছে।
- উল্লেখযোগ্য যে ১৬ ডিচেম্বৰ ২০২৫ত সাহিত্য একাডেমীয়ে এক বিবৃতিযোগে এই কথা সদৰী কৰিছিল যে বিয়লি ৩-০০ বজাত আয়োজন কৰা সংবাদমেলত ১৮ ডিচেম্বৰত এই বঁটাসমূহৰ প্ৰাপকৰ নাম ঘোষণা কৰা হ'ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/18/whatsapppm-2025-12-18-15-29-27.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us