New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/JAY.jpg)
- জয়শ্ৰী গোস্বামী মহন্তলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী বঁটা।
- 'চাণক্য' গ্ৰন্থৰ বাবে জয়শ্ৰী গোস্বামী মহন্তলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী।
- ২০১৮ চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল জয়শ্ৰী গোস্বামীয়ে।
- জয়শ্ৰী গোস্বামী মহন্ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী।