গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত ৰূপহীহাট আৰক্ষীৰ বৃহৎ সফলতা

গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত ৰূপহীহাট আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীয়ে পিষ্টলসহ আটক কৰে দুৰ্ধর্ষ ডকাইত চুলমান আলীক। শিঙিমাৰীত অভিযান চলাই তিনি জাঁই সক্ৰিয় গুলিসহ পইন্ট ৩২ এমএম পিষ্টল উদ্ধাৰ।

author-image
Asomiya Pratidin
New Update
RUPAHIHATPOLICENE
  • গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত ৰূপহীহাট আৰক্ষীৰ বৃহৎ সফলতা।
  • আৰক্ষীয়ে পিষ্টলসহ আটক কৰে দুৰ্ধর্ষ ডকাইত চুলমান আলীক।
  • শিঙিমাৰীত অভিযান চলাই তিনি জাঁই সক্ৰিয় গুলিসহ পইন্ট ৩২ এমএম পিষ্টল উদ্ধাৰ।
  • আটকাধীন ডকাইতটো পূব শিঙিমাৰীৰ চুলমান আলী।
  • গণৰাজ্য দিৱসত কূটাঘাতমূলক ঘটনা সংঘটিত কৰিবলৈ সক্ৰিয় হৈছিল ধৃত চুলমান।
  • সম্প্ৰতি ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা। 
ৰূপহীহাট