ৰূপহীহাটত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা এজনক...

ৰূপহীহাটৰ পৰা পোহৰলৈ আহিছে এক নৃশংস হত্যাকাণ্ডৰ কথা। ভূমি বিবাদক কেন্দ্ৰ কৰি এই হত্যাকাণ্ড সংঘটিত হয়।
ৰূপহীহাটত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা এজনক...

ডিজিটেল ডেস্ক: ৰূপহীহাটৰ পৰা পোহৰলৈ আহিছে এক নৃশংস হত্যাকাণ্ডৰ কথা। ভূমি বিবাদক কেন্দ্ৰ কৰি এই হত্যাকাণ্ড সংঘটিত হয়।

অভিযোগ অনুসৰি চোকা অস্ত্রৰে আক্ৰমণ কৰি হত্যা ছিৰাজুল হক নামৰ এজন লোকক। বাছিৰুল নামৰ এজন লোকে আক্রমণ কৰিছিল ছিৰাজুলক।

এখন চাহৰ দোকানত গুণ্ডাবাহিনী সহিতে কৰিছিল এই আক্রমণ। আক্রমণত গুৰুতৰভাৱে আহত হৈছিল ছিৰাজুল। চিকিৎসালয়লৈ নি থকা সমতে মৃত্যু হয় ছিৰাজুল হকৰ।

ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীক অৱগত কৰিছে পৰিয়ালৰ লোকে। লগতে আৰম্ভ হৈছে তদন্ত।

আৰু পঢ়ক: যশস্বী নাট্যকাৰ ভোলা কটকীক মৰণোত্তৰভাৱে প্ৰদান 'মঞ্চৰত্ন' উপাধি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in