ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন

চামগুৰি ৰাজহচক্ৰৰ প্ৰায় ৩৮০বিঘাৰো অধিক ভূমিত চলিব উচ্ছেদ অভিযান । প্ৰায় ২০০ টা পৰিয়াললৈ জাননী প্ৰেৰণ জিলা প্ৰশাসনৰ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন।চামগুৰি ৰাজহচক্ৰৰ খাটোৱাল মৌজাৰ বেলগুৰি কছাৰীগাওঁ কিচামতৰ ৩নং দাগৰ ৩৮০বিঘাৰো অধিক ভূমিত চলিব এই উচ্ছেদ।

৩নং দাগৰ অংশ ৫২৮,৫০৫,৫০৬,৬০৪ গেজিং ৰিজাৰ্ভৰ বেদখলকৃত ভূমিত উচ্ছেদৰ জাননী প্ৰেৰণ প্ৰশাসনৰ।চামগুৰি ৰাজহচক্ৰৰ প্ৰায় ৩৮০বিঘাৰো অধিক ভূমিত চলিব উচ্ছেদ অভিযান । প্ৰায় ২০০ টা পৰিয়াললৈ জাননী প্ৰেৰণ জিলা প্ৰশাসনৰ। লগতে বৈধ নথি পত্ৰ থকা সকলক১২ ডিচেম্বৰত কাৰ্যালয়ত শুনানিত অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। 

054573b1-cf5b-46bb-95af-0a7475f21374

ৰূপহীহাট