/asomiyapratidin/media/media_files/2026/01/08/1-2026-01-08-15-51-11.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ বেহা। এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে প্ৰশাসন। ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/08/whatsapp-im-2026-01-08-15-49-59.jpeg)
আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী। গড়েমাটিখোৱা দলংৰ ওচৰত তালাচি চলাই ২৪টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰসহ আটক কৰে দুই সৰবৰাহকাৰীক।
/asomiyapratidin/media/post_attachments/12f3b844-8e2.png)
উল্লেখ্য যে, ধৃত সৰবৰাহকাৰীকেইটা তেজপুৰ কচাৰিপামৰ দিলদাৰ হুছেইন আৰু ভোচখোৱা চাপৰিৰ ইমতাজুল হক বুলি জানিব পৰা গৈছে। ইপিনে তেজপুৰৰ পৰা ৰূপহীহাটলৈ AS12W8279 নম্বৰৰ বাহনেৰে সৰবৰাহ কৰিবলৈ আহিছিল ড্ৰাগছখিনি । সম্প্ৰতি অধিক তথ্যৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/08/whatsapp-image-2-2026-01-08-15-50-15.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us