New Update
/asomiyapratidin/media/media_files/2025/07/07/1-2025-07-07-11-19-55.jpg)
- অৱশেষত গ্ৰেপ্তাৰ হ'ল বিতৰ্কিত আৰ টি আই কৰ্মী দিলীপ নাথ।
- পশ্চিমবংগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিলীপ নাথক।
- দিলীপ নাথৰ প্ৰৰোচনাত পাঁচনৈত সাংবাদিকক শিল বালি মাফিয়াই আক্ৰমণ কৰাৰ অভিযোগ।
- কেবাখনো থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ নাথক।
- ইয়াৰ পূৰ্বে দিলীপ নাথৰ পুত্ৰ সহ চাৰি মাফিয়াক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।