New Update
/asomiyapratidin/media/media_files/2025/06/07/ymaDTWNbO2isgKJUjCw5.jpg)
- মহানগৰীৰ ৰূপনগৰত ভয়ংকৰ ভূমিস্খলন
- পাহাৰৰ পৰা প্ৰকাণ্ড শিল খহি হেঁচা মাৰি ধৰিলে দুটাকৈ বাসগৃহ
- পাহাৰৰ পৰা খহি পৰা মাটিৰ তলত আবদ্ধ এজন লোক
- বৰ্তমানো সন্ধান নাই মনেশ্বৰ ৰাজবংশী নামৰ লোকজনৰ
- SDRF, অসম আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ অভিযান অব্যাহত
- জৰুৰীকালিন সেৱাৰ বিষয়াসকলেও চলাই আছে উদ্ধাৰ অভিযান
- পাহাৰৰ পৰা খহি পৰা শিল-মাটিয়ে সম্পূৰ্ণৰূপে ধ্বংস কৰিলে দুটাকৈ বাসগৃহ