ৰৈ ৰৈ বিনালেঃ প্ৰথম দিনৰ উপাৰ্জন প্ৰায় ৪ কোটি টকা...

গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাটাও ছবিগৃহত আজিও দৰ্শকৰ ভিৰ প্ৰিয় শিল্পী গৰাকীক শেষবাৰলৈ বাবে চাবলৈ আজিও ওলাই আহিছে ৰাইজ ৰৈ ৰৈ বিনালে চাই আৱেগিক দর্শক

author-image
Asomiya Pratidin
New Update
1
  • প্ৰথম দিনাই ৪ কোটি টকা উপাৰ্জন ৰৈ ৰৈ বিনালে ছবিখনৰ
  • ৰৈ ৰৈ বিনালে’ৰ আজি দ্বিতীয় দিনৰ দৰ্শনী
  • পুৱা ৫ বজাৰ পৰাই গুৱাহাটীত আৰম্ভ হ’ল ‘ৰৈ ৰৈ বিনালে’ৰ দৰ্শনী
  • গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাটাও ছবিগৃহত আজিও দৰ্শকৰ ভিৰ
  • প্ৰিয় শিল্পী গৰাকীক শেষবাৰলৈ বাবে চাবলৈ আজিও ওলাই আহিছে ৰাইজ
  • ৰৈ ৰৈ বিনালে চাই আৱেগিক দর্শক
  • দিল্লীতো ৰৈ ৰৈ বিনালে ছবি প্ৰদৰ্শন
ৰৈ ৰৈ বিনালে