গুৱাহাটীত ৰেকৰ্ড গঢ়িলে ৰোহিতেঃ টী-২০ ক্ৰিকেট সংস্কৰণত ৪০০ খন মেচ...

বৰ্তমানলৈ কোনো খেলুৱৈয়ে ৪০০ খন মেচ খেলাৰ ৰেকৰ্ড নাই

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত ৰেকৰ্ড গঢ়িলে ৰোহিতেঃ টী-২০ ক্ৰিকেট সংস্কৰণত ৪০০ খন মেচ...

ROHIT SARMA

ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ চমু সংস্কৰণ টী-২০ত ৰেকৰ্ড গঢ়ৰিলে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয় টী-২০ খেলাৰ লগে লগে গঢ়ে ৰেকৰ্ড।

Advertisment

জাতীয় দল,আই পি এলকে ধৰি বিভিন্ন টী-২০ত ৪০০ খন মেচ খেলা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰৰ ৰেকৰ্ড ৰোহিত শৰ্মা। বৰ্তমানলৈ কোনো খেলুৱৈয়ে ৪০০ খন মেচ খেলাৰ ৰেকৰ্ড নাই। উল্লেখ্য যে ভাৰতীয় অধিনায়ক গৰাকীয়ে সৰ্বাধিক টী-২০ মেচ মুম্বাই ইণ্ডিয়ানছৰ হৈ ১৯১ খন খেলিছে। বিপৰীতে ভাৰত,ডেক্কান চাৰ্জাৰ্ছ,মুম্বাইৰ হৈ ক্ৰমে ১৪১,৪৭,১৭ খনকৈ টী-২০ খেলিছে।

ROHIT
ROHIT

অন্যহাতে বৰ্ষাপাৰাত অনুষ্ঠিত সদ্যসমাপ্ত মেচত ৰোহিতে ৩৭টা বলত ৪৩ ৰাণ কৰাৰ বিপৰীতে ৰাহুলৰ সৈতে অপেনিঙ যুটিত প্ৰথম উইকেটত ৯৬ ৰাণ কৰে।

ACA BARSHAPARA bcci rohit sarma guwahati