New Update
/asomiyapratidin/media/media_files/2025/05/02/FaC6oZO48iKwFEmTV5B7.jpg)
- আগন্তুক ৪-৫মাহৰ বাবে বন্ধ থাকিব গুৱাহাটীৰ ভৰলুমুখৰ ৯নং পথ সংযোগী ৰেল গেট।
- উৰণীয়া সেতু নিৰ্মাণ কাৰ্যৰ বাবে পথটোত সৃষ্টি হোৱা তীব্ৰ যান-যঁটৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত।
- লোকনিৰ্মাণ বিভাগৰ পৰা এক বিবৃতিযোগে এই কথা সদৰি কৰা হৈছে।
- এই পথটোৰ পৰিৱৰ্তে বিভাগে কুমাৰপাৰাৰ ৮নং ৰেল গেটৰ পথটোৰে যাত্ৰা কৰিবলৈ আহ্বান।
- মহানগৰবাসীৰ পৰা এই কাৰ্যৰ বাবে সহযোগিতা বিচাৰিছে লোকনিৰ্মাণ বিভাগে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us