অৰুণাচলত অসমীয়া যুৱকক হত্যাঃ চটাইত মিচিং সংগঠনৰ পথ অৱৰোধ

আজিৰ প্ৰতিবাদৰ জৰিয়তে এম এম কে, টি এম পি কে আৰু টি এম এম কে নামৰ এই মিচিং সংগঠন কেইটাই অৰুণাচল চৰকাৰক হত্যাকাৰীক ফাঁচি দিবলৈ দাবী জনায়......

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাট:  অৰুণাচল প্ৰদেশত প্ৰভাছ দলে আৰু শংকৰ পেগু নামৰ দুজন যুৱকক অৰুণাচলী লোকে নিমৰ্মভাৱে হত্যা কৰাৰ প্ৰতিবাদত আজি পথ অৱৰোধ কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷

Advertisment

আজি পুৱাৰে পৰা অসম অৰুণাচল সীমান্তৰ চটাইত মিচিং সংগঠনৰ বিষয়ববীয়া সদস্য সকলে তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে৷ আজিৰ প্ৰতিবাদৰ জৰিয়তে এম এম কে, টি এম পি কে আৰু টি এম এম কে নামৰ এই মিচিং সংগঠন কেইটাই অৰুণাচল চৰকাৰক হত্যাকাৰীক ফাঁচি দিবলৈ দাবী জনায়। ন্যায় প্ৰদান নকৰালৈকে এই পথ অৱৰোধ কাৰ্য্যসূচী চলি থাকিব বুলি জানিবলৈ দিয়ে সংগঠন কেইটাৰ নেতৃবৃন্দই ৷

অৰুণাচল প্ৰদেশ