/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/7c4f84e0-b22c-4fe5-a672-49e26702e367/dddaa.jpg)
নুমলীগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা...
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ উন্নাওত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীতে মৃত্যু হৈছে ১৮গৰাকীকৈ যাত্ৰী। প্ৰাপ্ত খবৰ অনুসৰি, গুৰুতৰভাৱে আহত হৈছে ৩০গৰাকীকৈ যাত্ৰী।
বাছ আৰু এখন কন্টেইনাৰ কঢ়িওৱা ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। উল্লেখ কৰা প্ৰয়োজন যে, আগ্ৰা এক্সপ্ৰেছ ৱেত এই দুৰ্ঘটনা সংঘটিত হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us